ফটো শিতান

অসম কলেজ শিক্ষক সংস্থাৰ মাননীয় সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক, মহিলা কোষৰ

সম্পাদক আৰু বিভিন্ন মণ্ডলক প্ৰতিনিধিত্ব কৰা মহিলা কোষৰ সন্মানীয় প্ৰতিনিধিবৰ্গ

অসম কলেজ শিক্ষক সংস্থাৰ মাননীয় সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক, মহিলা কোষৰ সম্পাদক আৰু বিভিন্ন মণ্ডলক প্ৰতিনিধিত্ব কৰা মহিলা কোষৰ সন্মানীয় প্ৰতিনিধিবৰ্গ

যোৱা ২৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে নগাওঁ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত অনুষ্ঠিত হোৱা অসম

কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানৰ কিছু স্থিৰচিত্ৰ

যোৱা ২৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে নগাওঁ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত অনুষ্ঠিত হোৱা অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানৰ কিছু স্থিৰচিত্ৰ

৮ মাৰ্চ, ২০২৩ তাৰিখে গোলাঘাট জিলাৰ খুমটাইস্থিত জয়া গগৈ মহাবিদ্যালয়ত অসম কলেজ

শিক্ষক সংস্থাৰদ্বাৰা কেন্দ্ৰীয়ভাৱে আয়োজন কৰা 'আন্তৰ্জাতিক নাৰী দিৱস'ৰ বিভিন্ন কাৰ্যসূচীৰ

কিছু আলোকচিত্ৰ

৮ মাৰ্চ, ২০২৩ তাৰিখে গোলাঘাট জিলাৰ খুমটাইস্থিত জয়া গগৈ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাৰদ্বাৰা কেন্দ্ৰীয়ভাৱে আয়োজন কৰা 'আন্তৰ্জাতিক নাৰী দিৱস'ৰ বিভিন্ন কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ

আন্তৰ্জাতিক নাৰী দিৱস, ২০২৩ উপলক্ষে অসম কলেজ শিক্ষক সংস্থাৰ অন্তৰ্গত বিভিন্ন মণ্ডল

তথা মহাবিদ্যালয় গোটৰ মহিলা কোষৰদ্বাৰা আয়োজন কৰা অনুষ্ঠানসমূহৰ কিছু আলোকচিত্ৰ

আন্তৰ্জাতিক নাৰী দিৱস, ২০২৩ উপলক্ষে অসম কলেজ শিক্ষক সংস্থাৰ অন্তৰ্গত বিভিন্ন মণ্ডল তথা মহাবিদ্যালয় গোটৰ মহিলা কোষৰদ্বাৰা আয়োজন কৰা অনুষ্ঠানসমূহৰ কিছু আলোকচিত্ৰ
Scroll to Top