ফটো শিতান

মহিলা কোষৰ তৰফৰপৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে অনুষ্ঠিত কৰা "Online Motivational Lecture Series" অনুষ্ঠানসমূহৰ কিছু স্থিৰচিত্ৰ

ইং ৫ আগষ্ট, ২০২৩ তাৰিখে কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত ডিব্ৰুগড় মণ্ডল আৰু দুলীয়াজান মহাবিদ্যালয় শিক্ষক গোটৰ মহিলা কোষৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ বাবে সদৌ অসম ভিত্তিত দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত কৰা তৰ্ক প্ৰতিযোগিতাৰ আলোকচিত্ৰ

কেন্দ্ৰীয় মহিলা কোষৰ উদ্যোগত বৰপেটা মণ্ডল আৰু মন্দিয়া আঞ্চলিক মহাবিদ্যালয় শিক্ষক গোটৰ মহিলা কোষৰ সহযোগত ৭ অক্টোবৰ, ২০২৩ তাৰিখে বৰপেটাৰ সত্ৰকণৰা চচৰা উচ্চ মাধ্যমিক বিদ্যালয়ত 'বাল্য বিবাহ প্ৰতিৰোধকৰণ'ৰ ওপৰত অনুষ্ঠিত কৰা সজাগতা সভাৰ কিছু আলোকচিত্ৰ

ইং ৪ নৱেম্বৰ, ২০২৩ তাৰিখে ডিগবৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা অসম কলেজ শিক্ষক সংস্থাৰ ত্ৰয়োদশ বাৰ্ষিক মহিলা অভিৱৰ্তনৰ কিছু স্থিৰচিত্ৰ

২০২৩ বৰ্ষৰ ১৪ নৱেম্বৰৰপৰা ২০ নৱেম্বৰলৈকে কেন্দ্ৰীয় মহিলা কোষ আৰু মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত বঙাইগাওঁ-কোকৰাঝাৰ-চিৰাং মণ্ডলৰ মহিলা কোষৰ সহযোগত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত কৰা "NEP 2020: Challenges and Opportunities for Higher Education" শীৰ্ষক সপ্তাহযোৰা কৰ্মশালাৰ আলোকচিত্ৰ

Scroll to Top