জীৱন ড° বিজুমণি দত্ত সহকাৰী অধ্যাপিকা সাপেখাতী মহাবিদ্যালয় সাপেখাতী, চৰাইদেউ পাখি মেলি উৰি যায়সপোন সোণোৱালী,আশাৰ পানচৈত উটি যায়দুখৰ মেটমৰা বোজা,হাঁহিৰ পাহিত শুকাবলৈ দিওঁদুচকুৰ নীৰ,সহিষ্ণুতাৰে সামৰিৰুক্ষতাৰ কুঠাৰাঘাতমিহলি কৰোবুকুৰ হুমুনিয়াহবোৰকপহুৱা ডাৱৰৰ ফাঁকেৰেআলসুৱা জোনে সুহুৰিয়ায়,ভঙা সপিনবোৰ তাচপাতৰ দৰেজুকিয়াই আৰম্ভ কৰো খেলিবলৈজীৱনৰ খেল।