পৰিক্ৰমা ড°সবিতা মজুমদাৰ কলিতাসহযোগী অধ্যাপিকা টংলা মহাবিদ্যালয়, টংলা । জীৱনৰ চোমনিতগুন গুন ৰাগিয়ালগীত এটি হৈসময়ে বগুৱা বায় ।জীৱনৰ ছন্দতেপাহে পাহেফুলি উঠে,সুখ দুখৰ কত কঁহুৱাই।কৈশোৰ আৰু যৌৱনৰ দৰিয়লিতওলমি থকা সপোনবোৰেপশ্চিম আকাশলৈঅজানিতে ডেউকা মেলে।ভাগৰুৱা পক্ষীটিৰ কলৰৱতলঠঙা ডালৰ পৰা,থোপা থোপে সৰিপৰেঘৰমূৱা বেলিৰ হেঙুলী কিৰণ।