নলবাৰী মণ্ডল আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ কেন্দ্ৰীয়ভাৱে ২০২৪ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ কিছু স্থিৰচিত্ৰ।

অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষ আৰু হোজাই-ডিমা হাচাও-কাৰ্বি আংলং মণ্ডলৰ মহিলা কোষৰ উদ্যোগত আৰু লংকা মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত লংকা মহাবিদ্যালয়ত ২৫ নৱেম্বৰ, ২০২৪ তাৰিখে “নাৰী সম্পৰ্কীয় অপৰাধ” বিষয়ক এদিনীয়া কৰ্মশালাৰ কিছু স্থিৰচিত্ৰ

অসম কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় মহিলা কোষ আৰু লক্ষীমপুৰ মণ্ডলৰ মহিলা কোষৰ উদ্যোগত আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত ২৭ জানুৱাৰী, ২০২৫ তাৰিখে অনুষ্ঠিত হোৱা “উদ্যমিতা বিকাশ” শীৰ্ষক কৰ্মশালাখনিৰ কিছু স্থিৰচিত্ৰ

অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ কেন্দ্ৰীয় সভা

৮ মাৰ্চ, ২০২৫ তাৰিখে বোকাখাত মিছিং সাংস্কৃতিক বিকাশ কেন্দ্ৰত ‘সামাজিক উন্নয়ন ফ’ৰাম’ আৰু ‘সাংস্কৃতিক বিকাশ আৰু নাৰী অধিকাৰ মঞ্চ’ তথা স্থানীয় ৰাইজৰ সহযোগত অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ কেন্দ্ৰীয়ভাৱে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।

Scroll to Top